Sunday, November 3, 2019

Eta Kotha Kuwana Lyrics, Film: Ratnakar Singer : Zubeen Garg & Harchita Bhattacharya

Eta Kotha Kuwana Lyrics

Eta Kotha Kuwana Lyrics
Song: Eta Kotha Kuwana
Film: Ratanakar
Singer : Zubeen Garg & Harchita Bhattacharya
Music: Zubeen Garg
Music Programming: Shekhar
Lyrics: Sasanka Samir



টা কথা কোৱানা
চুই মোক চোৱা না
মই তোমাৰেনো হয় নে নহয়...

এটা কথা কোৱানা
চুই মোক চোৱা না
মই তোমাৰেনো হয় নে নহয়...
পাপো বুলি মাতানা
মাতি নিজক সুধানা
তুমি মোৰেই মুমুজনী হয় নহয়...
বুকুৰে আমঠু
তুমিয়েই সকলো
নিজকে দেখোঁ তোমাৰে মাজত...
এটা কথা কোৱানা
চুই মোক চোৱা না
মই তোমাৰেনো হয় নে নহয়...

এপাহি সপোনৰ
তুমিয়েই আলহী
ৰদালি দিঠকৰ
তুমিয়েই তুলসী
তৰালী আকাশৰ
তুমিয়েই পুৱতি
শেৱালি মৰমৰ
তুমিয়েই ধৰণি
ফুটুকী পখিলি
শোণিতৰ শেৱালি
তোমাতে আঁকো
হৃদয়ৰ সাগৰ...
এটা কথা কোৱানা
চুই মোক চোৱানা
মই তোমাৰেনো হয় নে নহয়...


প্ৰতিটো সময়ৰ
তুমিয়েই চিনাকি
দুভৰি দুহাটত
তুমিয়েই সঁহাৰি
সুখৰো দুখৰো
তুমিয়ে লগৰী
সুবাসী দুচকুৰ
তুমিয়ে তৰালী
ফুটুকী হৰিণী
তুমিয়ে ধেমালি
তোমাতে পালোঁ
আকাশৰ সাঁথৰ
এটা কথা কোৱা না
চুই মোক চোৱা না
মই তোমাৰেনো হয় নে নহয়...

0 comments: